পৃথিৱীৰ বুকুত সকলোৱে দিব খোজে সৱল খোজ। জন্মৰ পিছত প্ৰতিটো শিশুৰ থুপুক থাপাক খোজ চোৱাৰ হেঁপাহ প্ৰতিজন পিতৃ-মাতৃৰ। কিন্তু বঙাইগাঁৱৰ দুটি দুৰ্ভগীয়া যমজ শিশু। দুয়োটি শিশুৱেই নিজৰ ভৰিত থিয় দিয়াৰ পৰা বঞ্চিত হৈছে কৰুণভাৱে। দুই যমজ শিশুৰ এই দুখলগা পৰিণতিয়ে প্ৰতিদিনে কন্দুৱাইছে পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়াক। উন্নত চিকিৎসাৰ প্ৰয়োজন শিশু দুটিক। #NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:

0 Comments