গোলাঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঞ্চত জুবিন আৰু গৰিমাৰ কথোপকথন। স্বভাৱসুলভ ধেমালিৰে জুবিন ক’লে আজি আহোতে গৰিমাৰ লগত কাজিয়া লাগি আহিছিলো। উত্তৰ দি গৰিমাই ক’লে- জুবিন এটা অনুষ্ঠানৰ বাবে গোলাঘাটলৈ আহিছে। মই তিনিটা অনুষ্ঠানৰ বাবে গোলাঘাটলৈ আহিছো। Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:

0 Comments